শুনিয়া চাণুৰে বোলে কৃষ্ণক। গোপাল তুমি বালক॥ গজ সহস্ৰৰ বলে অধিক। লীলায়ে মাৰিলা হস্তীক॥ ~ Kirtan Ghosa, 15th-16th century