নুহিকা

English: Translation
you (hon.) are not
Assamese: Translation
তুমি নোহোৱা
verb
Example Sentence
শুনিয়া চাণুৰে বোলে কৃষ্ণক। নুহিকা গোপাল তুমি বালক॥ গজ সহস্ৰৰ বলে অধিক। লীলায়ে মাৰিলা হেন হস্তীক॥ ~ Kirtan Ghosa, 15th-16th century