চৌদ্ধশ অব্দে জেষ্ঠ মাস নিশি । কৃষ্ণপক্ষ ৰবিবাৰ প্ৰতিপদ শশী ॥ সময়ে মাধৱদেৱ প্ৰকাশ ভৈলন্ত । সকলো প্ৰসন্ন ভৈল সিদ্ধ মুনি সন্ত ॥