আপুতীৰ আন্ধলীৰ লাঠি তই । জল শূন্য তৰু যেন পৰিবোঁহো জঁই ॥ কৈক গৈলি বাপু তই আমাক বিছুই । আমাক মাৰয় পুৰি তোৰ শোক জুই ॥ ~ Ayodhya Kanda, 14th c Ramayana