স্বৰ্গৰ দিশক লঙ্ঘে, জাম কণ্টকিয়ে, খিৰি আৰু কল । অপূৰ্ব্ব বিচিত্ৰ , সৰস মধুৰ স্বাদ, হনুমন্তে ভোগাইল সকল ॥ ~ 14th c, Sundarakanda, Ramayana